বাপচন্দ্ৰ মহন্তৰ প্ৰকাশিত গ্ৰন্থ আৰু লেখাসমূহৰ তালিকা:

গ্ৰন্থসমূহৰ প্ৰচ্ছদৰ বাবে চাওক গ্ৰন্থ-পঞ্জী গেলাৰী

সাহিত্যৰ স্বৰূপ আৰু আদৰ্শ
সাহিত্যৰ স্বৰূপ আৰু আদৰ্শযোৰহাট, ১৯৫৯
“স্বাধীনতাৰ পাছতো যি পৰিমাণে মৌলিক চিন্তা আৰু ৰাষ্ট্ৰীয় চেতনাৰ আৱশ্যক…তাৰ অভাৱ দেখি এটা জাগৰণৰ আৱশ্যকতা বোধ কৰি এই গ্ৰন্থ ৰচিত হৈছে। ইয়াত সাহিত্য সম্পৰ্কীয় নানা প্ৰশ্নৰ চমুকৈ হলেও আলোচনা কৰা হৈছে আৰু সিয়ে সাহিত্যিকসকলৰ ভাবিবৰ বস্তু যোগাব বুলি আশা কৰিব পাৰি।’’—মহেশ্বৰ নেওগ

জীৱন আৰু সাহিত্য,
যোৰহাট, ১৯৬৩

মহাপুৰুষ শংকৰদেৱ১৯৬৪
ঐতিহাসিক পটভূমিৰ ওপৰত গুৰুত্ব দি শংকৰদেৱৰ ধৰ্ম, দৰ্শন, কলা আৰু সমাজ সম্বন্ধে গ্ৰন্থখনত আলোচনা কৰিছে। এই পুথিত সামাজিক বিকাশৰ বাবে প্ৰয়োজনীয় মানৱীয় দৃষ্টিভংগীৰে শংকৰদেৱক চাবলৈ যত্ন কৰা হৈছে।

ভাৰতীয় ধৰ্মসাধনা, যোৰহাট, ১৯৬৭

নামঘোষা-তত্ত্বদৰ্শন, (১) প্ৰথম প্ৰকাশ (বাপচন্দ্ৰ মহন্ত, কেশদা মহন্ত), ১৯৭৮ চন। (২) ২ য় প্ৰকাশ, চাৰ্ভিচ বুক চেলাৰ্চ, গুৱাহাটী, ১৯৯৮ চন। (৩ ) ৩ য় প্ৰকাশ, বনলতা, ডিব্ৰুগড়, ২০০৬ চন।

ঐতিহাসিক পটভূমিত শঙ্কৰদেৱ, (১) প্ৰথম প্ৰকাশ, মহন্ত প্ৰকাশন, ১৯৮৭ চন

(২) ২ য় প্ৰকাশ, বনলতা, ডিব্ৰুগড়, ২০০০ চন

যুগান্তৰত শঙ্কৰদেৱ, মহন্ত প্ৰকাশন, ১৯৯১ চন।

বৰগীত (ভূমিকা, শব্দাৰ্থ, অনুবাদসহ), ষ্টুডেণ্টচ্ ষ্টৰ্চ, গুৱাহাটী ১৯৯২ চন

পটভূমিসহিত শঙ্কৰদেৱৰ দৰ্শন, প্ৰথম প্ৰকাশ, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৯৪

অসমৰ মাৰ্গসঙ্গীত আৰু মনসাগীত, মহন্ত প্ৰকাশন, ১৯৯৭ চন।

মহাপুৰুষীয়া পৰম্পৰাত সত্ৰ আৰু সঙ্গীত, অসম সত্ৰ মহাসভা, ২০০৩ চন

প্ৰবন্ধ গানৰ পৰম্পৰাত বৰগীত, প্ৰথম প্ৰকাশ, বনলতা, ২০০৬

প্ৰাচীনতম সৃষ্টি দৰ্শনঃ চতুৰ্ব্যূহসিদ্ধান্ত, প্ৰকাশক  কেশদা মহন্ত, ২০০৫ চন।

শঙ্কৰদেৱৰ ব্যক্তিত্ব আৰু সত্ৰ ব্যৱস্থা, অসম প্ৰকাশন পৰিষদ, ২০০৫ চন।

অসমীয়া জাতি, ভাষা আৰু সাহিত্যৰ জন্মকথা, মহন্ত  প্ৰকাশন, ১৯৯৬ চন।

শ্ৰীমন্ত শঙ্কৰদেৱ বিষয়ক দুটা ভ্ৰান্তি, সুৰেন্দ্ৰনাথ বৰা, চাৰিগাঁও,  ২০০৫ চন।

গোস্বামী তুলসীদাস আৰু ৰামচৰিত মানস, বৰকটকী কোং, যোৰহাট, ১৯৭০ চন। (কেশদা মহন্তৰ সৈতে যুটীয়াভাৱে ৰচিত প্ৰবন্ধ সংকলন)

অনুবাদ গ্ৰন্থ

‘ৰামচৰিতমানস’ (কেশদা মহন্তৰ সৈতে) অসম সাহিত্য সভা, ১৯৮১ চন।

জীৱনী

মহাপণ্ডিত ৰাহুল সাংকৃত্যায়ন, অসম সাহিত্য সভা, ১৯৭৮ চন।

ব্যাকৰণ

সহজ হিন্দী শিক্ষা, বাপচন্দ্ৰ মহন্ত, ভৱানী প্ৰসাদ ঠাকুৰ, ১৯৬০ চন, যোৰহাট।

অসমীয়া ব্যাকৰণৰ ৰূপৰেখা, মহন্ত প্ৰকাশন, যোৰহাট, ১৯৮৯ চন।

ৰশ্মিজাল (কৱিতা সংকলন), বাপচন্দ্ৰ মহন্ত, কেশদা মহন্ত, ১৯৭১ চন।

বাপচন্দ্ৰ মহন্তৰ বিভিন্ন পত্ৰিকাত প্ৰকাশিত লেখাসমূহৰ তালিকা

১। শক্তি আৰু তাৰ  প্ৰতীক, (ৰামধেনু (গুৱাহাটী), ১৯৬৪, সপ্তদশ বছৰ, ১৭ সংখ্যা)

২। উপনিষদত বৈদিক চিন্তা, (ৰামধেনু, ১৯৬৫, ১৮ শ বছৰ, ৪ ৰ্থ সংখ্যা।)

৩। ভাৰতীয় সাহিত্যত যক্ষ (১)( মণিদীপ, ১৯৬৮, ৮/১১)

৪। ভাৰতীয় সাহিত্যত যক্ষ (২) (মণিদীপ, ১৯৬৮, ৮/১২)

৫। ধৰ্ম আৰু তাৰ ভৱিষ্যত ((ছমহীয়া) নীলাচল, এপ্ৰিল, ১৯৬৫)

৬। মহাভাৰত আৰু ৰামায়ণ (নীলাচল, অক্টোবৰ ১৯৬৬)

৭। পৃষ্ঠভূমিসহ ব্ৰজাৱলীৰ স্বৰূপ (নীলাচল, এপ্ৰিল ১৯৬২)

৮। হিন্দী সাহিত্যত ভক্তিৰ ধাৰা (‘জয়ন্তী’, গুৱাহাটী, ১১/৫, ১৯৫৪)

৯। হিন্দী সাহিত্যত ভক্তিৰ ধাৰা (জয়ন্তী, ১১/৬, ১৯৫৪)

১০। হিন্দী সাহিত্যত ভক্তিৰ ধাৰা (জয়ন্তী, ১১/৭-৮, ১৯৫৪)

১১। শ্ৰীকৃষ্ণৰ ঐতিহাসিক স্বৰূপ (জয়ন্তী, ১১/১১, ১৯৫৪)

১২। শ্ৰীকৃষ্ণৰ ঐতিহাসিক স্বৰূপ(জয়ন্তী, ১২/১, ১৯৫৫)

১৩। ‘মহোদধি বিন্ধ্য সমপৰ্বত মূলত’ (প্ৰভাত, যোৰহাট নৰ্মাল স্কুল, ১০০ তম সংখ্যা, ১৯৫৬)

১৪। মূল প্ৰবৃত্তিৰ সদ্ব্যৱহাৰ (প্ৰভাত, ৯৮ তম সংখ্যা, ১৯৫৪)

১৫। গান্ধীবাদী সমাজদৰ্শন (জোৱাৰ, যোৰহাট ১/২, ১৯৫৫)

১৬। শিক্ষা বিশ্লেষণ পদ্ধতি (১) আৰু (২) (বিহলঙনি, নগাঁও ৯/১১, ৯/১২, ১৯৫৪ চন।)

১৭। শিক্ষাৰ ক্ষেত্ৰত অচেতন মন (কল্যাণী, যোৰহাট, ১৯৫৩ চন।)

১৮। স্বাধীন দেশৰ সংস্কৃতি (দীপশিখা, যোৰহাট পলিটেকনিক হাইস্কুল, ১৯৫৪ চন।)

১৯। জাতিবোধভিত্তিক সাংবিধানিক ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় সমস্যা (দীপশিখা, ১৯৯৬ চন।)

২০। ঈদ বিহু সম্প্ৰীতি ((স্মৃতিগ্ৰন্থ) ১৯৯৮, যোৰহাট।)

২১। মহাপুৰুষ শংকৰদেৱৰ দৰ্শন (‘সোণালী’শ্ৰীমন্ত শংকৰদেৱকৃষ্টি কেন্দ্ৰ, শ্বিলং, স্মৃতিগ্ৰন্থ, ১৯৯৯)

২২। শংকৰদেৱৰ দৰ্শন (গৰীয়সী, ছেপ্টেম্বৰ, ১৯৯৮)

২৩। শংকৰদেৱৰ দৰ্শন সম্পৰ্কে অভিমত (গৰীয়সী, জুলাই, ১৯৯৯)

২৪। শংকৰদেৱৰ সাহিত্যত অমহাপুৰুষীয়া উপাদান (গৰীয়সী, জুন,   ১৯৯৬)

২৫। বৰগীত, ৰস, সঙ্গীত আৰু ভাষাৰ দৃষ্টিত (গৰীয়সী, জুলাই, ১৯৯৫)

২৬। প্ৰাচীন ভাৰতীয় সাহিত্যত প্ৰক্ষিপ্ত পাঠ (গৰীয়সী, ডিচেম্বৰ, ১৯৯৬)

২৭। বৰগীত গায়ন সম্পৰ্কত (গৰীয়সী, অক্টোবৰ, ২০০৭)

২৮। যোগমাৰ্গ, নাথপন্থ  আৰু অসমীয়া সাহিত্য  (১) (অসম সাহিত্য সভাৰ পত্ৰিকা, ৩৫/২, ১৯৭৮, আগষ্ট।)

২৯। যোগমাৰ্গ, নাথপন্থ  আৰু অসমীয়া সাহিত্য (২) অসম সাহিত্য সভাৰ পত্ৰিকা, ৩৫/৩ সংখ্যা

৩০। যোগমাৰ্গ, নাথপন্থ  আৰু অসমীয়া সাহিত্য (৩) অসম সাহিত্য সভাৰ পত্ৰিকা, ৩৫/৪ সংখ্যা।

৩১। ব্ৰজাৱলী শৈলীৰ ৰাষ্ট্ৰীয় পটভূমি অসম সাহিত্য সভা পত্ৰিকা,  ৪২/১, ১৯৮৬, আগষ্ট, প্ৰবন্ধ চয়নিকা,

৩২। চৰ্যাপদৰ সমকালীন অসমীয়া ভাষা (১) তিনিচুকীয়া জিলা সাহিত্য সভা, প্ৰথম প্ৰকাশ ১৯৯৪-৯৫

৩৩। চৰ্যাপদৰ সমকালীন অসমীয়া ভাষা (২) অসম সাহিত্য সভা, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী

৩৪। পুৰণি গুজৰাতী সাহিত্যত ৰাস, ফাগু আৰু প্ৰবন্ধ কাব্য অসম সাহিত্য সভা পত্ৰিকা, ২৭/১, ১৯৬৯ চন।

৩৫। কামৰূপ জীয়ৰী অমৃতপ্ৰভা (১) অসম সাহিত্য সভা পত্ৰিকা, ৩২/২, ১৯৭৫ চন, ছেপ্টেম্বৰ।

৩৬। কামৰূপ জীয়ৰী অমৃতপ্ৰভা (২) অসম সাহিত্য সভা পত্ৰিকা, ৩২/৩, ১৯৭৫ চন, ডিচেম্বৰ।

৩৭। অসমীয়া ভাষাৰ উচ্চাৰণ আৰু আখৰ জোঁটনি অসম সাহিত্য সভা পত্ৰিকা, ৩৯/৩, ১৯৮২, ১০, ১১,১২ মাহ।

৩৮। প্ৰাক্ শংকৰী অসমীয়া সাহিত্যত শব্দপ্ৰয়োগ প্ৰভাত (নৰ্মাল স্কুল ) ১৯৭৭ চন।

৩৯। মাৰ্গ সঙ্গীতৰ আদিপৰ্ব, বৈদিক সামগান অসম সাঃ সঃ পত্ৰিকা, ৫৭/১, ২০০১, ডিচেম্বৰ

৪০। মাধৱদেৱৰ নামঘোষাত শঙ্কৰদেৱ আৰু গুৰুতত্ত্ব অসম সাঃ সঃ পত্ৰিকা, ৩০/৫, ১৯৭৩, ভাদ।

৪১। শঙ্কৰদেৱৰ দৰ্শন সম্বন্ধে প্ৰান্তিক, ১৫-৩১ আগষ্ট, ১৯৯২, ১১/১৮

৪২। কিছুমান নামৰ বিভ্ৰাট বা পৰিৱৰ্তন প্ৰান্তিক, ১৫-৩০ এপ্ৰিল, ১৯৯২, ১১/১০

৪৩। গণতান্ত্ৰিক নিৰ্বাচন বনাম লোকতান্ত্ৰিক নিৰ্বাচন, প্ৰান্তিক, ১-১৫ জানুৱাৰী, ১৯৯৮

৪৪। ভাৰতীয় চৰিত্ৰৰ মনস্তাত্ত্বিক দুৰ্বলতা, প্ৰান্তিক ১-১৫ জানুৱাৰী, ১৯৯৯

৪৫। পৰিৱৰ্তনৰ মাজেদি অসমৰ সত্ৰানুষ্ঠান, আঁজলি, স্মৃতিগ্ৰন্থ, অসম সত্ৰ মহাসভা, চাবুৱা অধিৱেশন, ১৯৭১

৪৬। বৰ্তমান অসমীয়া সমাজ আৰু শঙ্কৰদেৱ সত্ৰ মঞ্জৰী, অঃ সঃ মহাসভা, ১৯৭৫, যোৰহাট।

৪৭। দৈৱকীনন্দনে কৈলা যাক, স্মৃতিগ্ৰন্থ, শংকৰদেৱৰ ৫২৪ তম জন্মোৎসৱ, যোৰহাট, ১৯৭৪

৪৮। নামঘোষাৰ ৰচনা শিল্প, ,,   নাৰায়ণপুৰ কলেজৰ ৰূপালী জয়ন্তী, ১৯৯২ চন।

৪৯। পূৰ্বৰংগ ধেমালি, ,,   নগাঁও জিলা অংকীয়া নাট অভিৱৰ্তন, ১৯৭৭ চন, কুঁজীদাহ।

৫০। একশৰণ ভাগৱতী ধৰ্মৰ দৰ্শন আৰু আচৰণপক্ষ, ,,   এঃ শঃ ভাঃ সমাজ, অসম, উত্তৰ লখিমপুৰ, ১৯৬৮ ফেব্ৰুৱাৰী।

৫১। ভাগৱত পুৰাণ আৰু শঙ্কৰদেৱ, ,, ‘কল্পতৰু’, অসম সত্ৰ মহাসভা, গুৱাহাটী, ২৫ মে’ ২০০১ চন

৫২। মহাপুৰুষীয়া ধৰ্ম আৰু দৰ্শনৰ বৈদিক উৎসঃ পুৰুষসূক্ত, ,,   আকাশী গঙ্গা, শিৱসাগৰ, ১৯৯৪ মে’।

৫৩। বিৱৰ্তনৰ পথত নামঘৰ (প্ৰবন্ধ), ,,    বৈষ্ণৱ সাহিত্যৰ জেউতি, শ্ৰীশ্ৰী শংকৰদেৱ সমাজ, মহাৰজত      জয়ন্তী, শিৱসাগৰ, ২০০৭ , ফেব্ৰুৱাৰী।

৫৪। শঙ্কৰদেৱ বিষয়ক ভ্ৰান্তিঃ বিক্ষিপ্ত বিচাৰ পৰম্পৰাৰ উদাহৰণ ,,    শ্ৰীমন্ত শংকৰদেৱ সংঘ, জখৰীয়া-চিৰতীয়া প্ৰাথমিক শাখা,      ২০০৫, জানুৱাৰী।

৫৫। নামৰ স্বৰূপঃ বোধ আৰু অপৰাধ পঞ্চানন, মিলন নগৰ নামঘৰ; ডিব্ৰুগড়, ২০০৪ চন (স্মৃতিগ্ৰন্থ)

৫৬। ইতিহাস চিন্তা Sovenir, North-East India History Association, Jorhat, 1993

৫৭। ভাৰতীয় মাৰ্গ সংগীতৰ পৰম্পৰাত শংকৰদেৱৰ ‘কীৰ্তন’ (১) ‘কৌস্তুভ’, ডিব্ৰুগড়, মে’ ২০০০ চন।

৫৮। ভাৰতীয় মাৰ্গ সংগীতৰ পৰম্পৰাত শংকৰদেৱৰ ‘কীৰ্তন’ (২) ‘কৌস্তুভ’, ডিব্ৰুগড়, জুন ২০০০ চন

৫৯। প্ৰণালীবদ্ধ অধ্যয়নত শংকৰদেৱৰ দৰ্শন (১) ‘কৌস্তুভ’, ডিব্ৰুগড়, নৱেম্বৰ২০০০ চন

৬০। প্ৰণালীবদ্ধ অধ্যয়নত শংকৰদেৱৰ দৰ্শন (২) ‘কৌস্তুভ’, ডিব্ৰুগড়, জানুৱাৰী ২০০১ চন

৬১। প্ৰণালীবদ্ধ অধ্যয়নত শংকৰদেৱৰ দৰ্শন (৩) ‘কৌস্তুভ’, ডিব্ৰুগড়, ফেব্ৰুৱাৰী২০০১ চন

৬২। কৃষ্ণ চৰিত্ৰৰ ঐতিহাসিক বিকাশ আৰু অৱক্ষয় (১) ‘কৌস্তুভ’, ডিব্ৰুগড়, মাৰ্চ  ২০০১ চন

৬৩। কৃষ্ণ চৰিত্ৰৰ ঐতিহাসিক বিকাশ আৰু অৱক্ষয় (২) ‘কৌস্তুভ’, ডিব্ৰুগড়, এপ্ৰিল ২০০১ চন

৬৪। কৃষ্ণ চৰিত্ৰৰ ঐতিহাসিক বিকাশ আৰু অৱক্ষয় (৩) ‘কৌস্তুভ’, ডিব্ৰুগড়, মে’  ২০০১ চন

৬৫। কৃষ্ণ চৰিত্ৰৰ ঐতিহাসিক বিকাশ আৰু অৱক্ষয় (৪) ‘কৌস্তুভ’, ডিব্ৰুগড়, জুন  ২০০১ চন

৬৬। বৰগীতৰ উচ্চাৰণ পদ্ধতিত মাত্ৰা বিচাৰ, ‘কৌস্তুভ’, ডিব্ৰুগড়, আগষ্ট ২০০১ চন

৬৭। মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ মুখ্য সাধন  – নাম-প্ৰসংগ, ‘কৌস্তুভ’, ডিব্ৰুগড়, জুলাই২০০২ চন

৬৮। ইমানুৱেল কাণ্টৰ দৰ্শনত আত্মাৰ স্বৰূপ (১) ‘কৌস্তুভ’, ডিব্ৰুগড়, আগষ্ট ২০০২ চন

৬৯। ইমানুৱেল কাণ্টৰ দৰ্শনত আত্মাৰ স্বৰূপ (২)  ‘কৌস্তুভ’, ডিব্ৰুগড়, ছেপ্টেম্বৰ২০০২ চন

৭০। শংকৰদেৱ-বিষয়ক বিচাৰত ভ্ৰান্তি ‘কৌস্তুভ’, ডিব্ৰুগড়, মাৰ্চ-এপ্ৰিল ২০০৩ চন

৭১। শংকৰদেৱৰ দৰ্শনত মনৰ স্বৰূপ আৰু গুৰুত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ উদ্বোধনী উৎসৱৰ স্মাৰক গ্ৰন্থ, নৱেম্বৰ ১৯৯৮ চন।

৭২। ভোজন-বেহাৰ আৰু ব্ৰহ্মামোহন, দুখন নাট নে· ‘জেউতি’ (গৱৰ্ণঃ হায়াৰ ছেঃ স্কুল, যোৰহাট), ১৯৮৪ চন, নৱেম্বৰ

৭৩। ভাগৱতৰ অপ্ৰচলিত পাঠ আৰু ‘কীৰ্তন’ৰ জৰাসন্ধ যুদ্ধ অসম সাহিত্য সভা পত্ৰিকা, ১ ম সংখ্যা, ১৯৯৩-৯৪ চন।

৭৪। ব্ৰজভাষা, ব্ৰজাৱলী আৰু ব্ৰজবুলি গৰীয়সী, ফেব্ৰুৱাৰী, ১৯৯৯

৭৫। হিন্দী ভাষাৰ স্বৰূপ আৰু বিস্তাৰ (১) ৰাষ্ট্ৰসেৱক, অসম ৰাঃ ভাঃ প্ৰচাৰ সমিতি, গুৱাহাটী, ১৯৭১ চনৰ  ২২/১ সংখ্যাত প্ৰকাশিত।

৭৬। হিন্দী ভাষাৰ স্বৰূপ আৰু বিস্তাৰ (২) ৰাষ্ট্ৰসেৱক, অসম ৰাঃ ভাঃ প্ৰচাৰ সমিতি, গুৱাহাটী, ২২/২

৭৭। হিন্দী ভাষাৰ স্বৰূপ আৰু বিস্তাৰ (৩) ৰাষ্ট্ৰসেৱক, অসম ৰাঃ ভাঃ প্ৰচাৰ সমিতি, গুৱাহাটী, ২২/৩ সংখ্যাত প্ৰকাশিত।

৭৮। হিন্দী ভাষাৰ স্বৰূপ আৰু বিস্তাৰ (৪) ৰাষ্ট্ৰসেৱক, অসম ৰাঃ ভাঃ প্ৰচাৰ সমিতি, গুৱাহাটী, ২২/৪ সংখ্যাত প্ৰকাশিত।

৭৯। জীৱন আৰু সাধনা ৰাষ্ট্ৰসেৱক, ২৬/২, ১৯৭৫ চন। স্মৃতিগ্ৰন্থ, সত্ৰীয়া সংস্কৃতি দিৱস, চতিয়া (শোণিতপুৰ), ২০০৩ চন

৮০। পোহৰ বিচাৰি কোনপথে ওলালোঁ, বাৰ্তাপখিলী, ১৩/৭, এপ্ৰিল ২০০৮ চন।

৮১। মোৰ দাৰ্জিলিং যাত্ৰা আৰু মহাপণ্ডিত ৰাহুল সাংকৃত্যায়ন, বাৰ্তাপখিলী, ১৪/২, নৱেম্বৰ ২০০২ চন।

৮২। বাপচন্দ্ৰ মহন্তই অতীতলৈ ঘূৰি চাইছে (শ্ৰুতলিপি লৈ লিখা) ‘আধাৰ’, ৩/৪, ২০১১, যোৰহাট।

৮৩। ‘মহোদধি বিন্ধ্যসম পৰ্বতমূলত’  ‘আধাৰ’ ৪/২, ২০১২, যোৰহাট।

৮৪। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতৰ আৰ্থ-সামাজিক অৱস্থা (১) ‘আধাৰ’ মে’ ২০১১, যোৰহাট।

৮৫। অনুভৱঃ ১৯৫২ চনৰ বৃন্দাবন-মথুৰা  ‘আধাৰ’, জুন ২০১১, যোৰহাট।

৮৬। ডাৱৰ চপৰা দেখাৰ পিছত ‘আধাৰ’, জুলাই ২০১১, যোৰহাট।

৮৭। অসমীয়া সাহিত্যৰ ইতিহাসত সাধুকথা আৰু কাহিনী গীতৰ পৃষ্ঠভূমি ‘আধাৰ’, জানুৱাৰী ২০১২, যোৰহাট।

৮৮। শংকৰদেৱ প্ৰৱৰ্তিত ধৰ্ম নৱবৈষ্ণৱ ধৰ্ম নে (স্মৃতিগ্ৰন্থ, সত্ৰীয়া সংস্কৃতি দিৱস, চতিয়া (শোণিতপুৰ), ২০০৩ চন)

গল্পঃ

৮৯। বিদ্ৰোহী দীপশিখা (যোঃ পঃ টেঃ হাইস্কুল), ১৯৫৫ চন।

৯০। ৰাষ্ট্ৰপতিৰ ফুলনি, (যোঃ পঃ টেঃ হাইস্কুল), ২/১, ১৯৫৩ চন।

কৱিতাঃ

৯১। মই (দাৰ্শনিক ভাৱাপন্ন, ১৮ বছৰ বয়সত লিখা) প্ৰভাত, নৰ্মাল স্কুল, ১৯৪৬

৯২। মানুহৰ পূজা, জেউতি, যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়, ১৯৬১ চন।

৯৩। তাজৰ পথিক, জেউতি, যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়, ১৯৫৯ চন।

৯৪। বিচিত্ৰ জীৱন, জেউতি, যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়, ৩১ তম বৰ্ষ, ১৯৬৩ চন।

৯৫। মোৰ পৰিচয়, নৱদিগন্ত, ১/৭, ১৯৭১, গুৱাহাটী।

৯৬। মই গাওঁ বিপ্লৱৰ আৱহনী গান, নৱদিগন্ত, ১/৭, ১৯৭১, গুৱাহাটী।

৯৭। মই অসুন্দৰ, সুন্দৰৰ পূজা পাতোঁ, দীপশিখা, যোৰহাট, ৪/১, ১৯৫৯ চন।

৯৮। মনৰ ফুলনি, কৱিকণ্ঠ, ৰাজ্যিক সংহতি পৰিষদ, মাছখোৱা, গুৱাহাটী, ১৯৭২

প্ৰবন্ধঃ

৯৯। বিদেশত হিন্দী, পূৰ্বাঞ্চল ৰাষ্ট্ৰভাষা প্ৰচাৰ সন্মিলন, যোৰহাট, স্মৃতিগ্ৰন্থ, ১৯৮৯

১০০। ৰাজস্থানৰ ভাষা আৰু সাহিত্য (১), সমন্বিতা, ভাৰতীয় সাহিত্য পৰিষদ, যোৰহাট, ১/১, ১৯৮৬ চন।

১০১।  ৰাজস্থানৰ ভাষা আৰু সাহিত্য (২),  সমন্বিতা, ভাৰতীয় সাহিত্য পৰিষদ, যোৰহাট,  ১/২, ১৯৮৬

১০২। জাতিবোধ ভিত্তিক সাংবিধানিক ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় সমস্যা, সমন্বয়, স্মৃতিগ্ৰন্থ, প্ৰথম অধিৱেশন, সাধাৰণ জাতি বিকাশ পৰিষদ, যোৰহাট, এপ্ৰিল, ১৯৯৮ চন।

১০৩। ঈদ-বিহু, সৃষ্টি, স্মৰণিকা, ঈদ-বিহু সম্প্ৰীতি উৎসৱ, ২ য় বৰ্ষ, ১৯৯৮, জুন, যোৰহাট।

১০৪। সপ্তম দশকটোত পুৰণি অসমীয়া সাহিত্যৰ মূল্যায়ন, ‘সপ্তম দশকৰ অসমীয়া ভাষা-সাহিত্যৰ ইতিবৃত্ত’, অসম সাহিত্য সভা, তিতাবৰ অধিৱেশন, ১৯৭৫ চন।

১০৫। শঙ্কৰী গায়ন পদ্ধতিৰ শাস্ত্ৰীয় বৈশিষ্ট্য, ‘শংকৰদেৱ-সন্দৰ্শন’, শ্ৰীমন্ত শংকৰদেৱৰ ৫৫০ তম জন্ম-জয়ন্তীৰ শ্ৰদ্ধাঞ্জলি, অসম সাহিত্য সভা, ১৯৯৮ চন।

১০৬।  চৰ্যাপদ, বৰগীত আৰু অসমৰ মাৰ্গীয় সংগীতৰ ঐতিহ্য, ‘ঐতিহ্যঃ অসমীয়া সাহিত্য’, হেৰিটেজ আসাম, যোৰহাট, ২০০৭

১০৭। এখন ভাল গ্ৰন্থৰ প্ৰতিক্ৰিয়া, হীৰেন গগৈৰ দ্বাৰা ৰচিত ‘অসমৰ জাতীয় জীৱনত সংহতি আৰু সংঘাত’, অসম প্ৰকাশন ন্যাস, গুৱাহাটী, ২০০৪ চন।

১০৮। ৰাজনীতিবিদ কৃষ্ণ, বসুন্ধৰা, ২ চেপ্টেম্বৰ, ২০০৭ চন।

১০৯। ৰাষ্ট্ৰীয় নদী গঙ্গা, বসুন্ধৰা, ৩ নৱেম্বৰ, ২০০৮ চন।

১১০। আগ্ৰাৰ পৰা জয়পুৰলৈ, বাৰ্তাপখিলী, ২০১০ চন।

১১১। মোৰ দাৰ্জিলিং যাত্ৰা আৰু ৰাহুল সাংকৃত্যায়ন, বাৰ্তাপখিলী

১১২। সাহিত্য সংস্কৃতি আৰু ইতিহাস, প্ৰতিনিধি, ডিফু সাহিত্য সভা, ১৯৬৮ মাৰ্চ।

শিশু আলোচনীতঃ

১১৩। মোৰ শৈশৱ (১) ৰংমেলা, যোৰহাট, ডিচেম্বৰ, ২০০৭ চন।

১১৪। মোৰ শৈশৱ (২) ৰংমেলা, জানুৱাৰী, ২০০৮ চন।

১১৫। মোৰ শৈশৱ (৩) ৰংমেলা, ফেব্ৰুৱাৰী, ২০০৮ চন।

১১৬।  মোৰ শৈশৱ (৪) ৰংমেলা, মাৰ্চ, ২০০৮ চন।

১১৭।  মোৰ শৈশৱ (৫) ৰংমেলা, এপ্ৰিল, ২০০৮ চন।

১১৮।  মোৰ শৈশৱ (৬) ৰংমেলা, জুলাই, ২০০৮ চন।

১১৯।  মোৰ শৈশৱ (৭) ৰংমেলা, আগষ্ট, ২০০৮ চন।

১২০।  ব্ৰহ্মপুত্ৰৰ উপনদী, উত্তৰ আৰু দক্ষিণপাৰে, ৰংমেলা, অক্টোবৰ, ২০০৮ চন।

খবৰ কাগজৰ লেখা দুটামান

ভাষাৰ বিবাদ (হিন্দী সম্পৰ্কে ভুল ধাৰণাৰ প্ৰত্যুত্তৰ), নতুন অসমীয়া, ৯ মে’ ৫৮ (৫৯) চন।

মাতৃভাষাৰ প্ৰতি আওকাণ, ‘জনমভূমি’, ১১ ডিচেম্বৰ, ১৯৫৮ চন।

স্বাধীন ভাৰতত বিজ্ঞানৰ ভাষা, ‘জনমভূমি’, ১৮ ডিচেম্বৰ, ১৯৫৮ চন।

ৰাজ্যিক ভাষাৰূপে অসমীয়া, নতুন অসমীয়া, ২৩ মে’, ১৯৫৮ চন।

ব্ৰজবুলি আৰু ব্ৰজাৱলী, অসমবাণী, ২০ মাৰ্চ, ১৯৫৯ চন।

সিদ্ধান্ত গ্ৰহণত ভ্ৰান্তি, ব্ৰজভাষা, ব্ৰজবুলি, ব্ৰজাৱলী, আজিৰ অসম, ১৩ ফেব্ৰুৱাৰী, ২০০৯ চন।