বিচিত্ৰ ৰামায়ণী কথা
কেশদা মহন্ত

ৰামায়ণী সাহিত্যত শৈৱপ্ৰভাৱ, শাক্ত প্ৰভাৱ, ৰামৰ ৰাসলীলা, ৰাম সৰস্বতীৰ গীতগোবিন্দত ৰামভক্তি আৰু ৰসিক সম্প্ৰদায়, দুৰ্গাবৰৰ গীতি ৰামায়ণৰ ৰামকথাৰ বিশ্লেষণাত্মক অধ্যয়নকে ধৰি হনুমন্ত, ৰাৱণৰ দশশিৰ, সীতাৰ অগ্নিপৰীক্ষা আদি বৈবিধ্যময় দিশৰ সংযোজন ঘটিছে।