গোস্বামী তুলসীদাস আৰু ৰামচৰিতমানস
বাপচন্দ্ৰ মহন্ত আৰু কেশদা মহন্ত
গোস্বামী তুলসীদাসৰ ৰামচৰিতমানসৰ কাহিনীৰ বৈশিষ্ট্য, ৰামচৰিতমানসত শক্তিৰ স্থান, সতীৰ কাহিনী আৰু ৰাম-সীতিৰ পূৰ্বৰাগ সম্পৰ্কীয় আলোচনাই গ্ৰন্থখন সমৃদ্ধ হৈছে। তদুপৰি তুলসীদাসৰ জীৱন পৰিক্ৰমাৰ লগতে ৰামচৰিতমানসৰ পৃষ্ঠভূমিও আলোচিত হৈছে।